Skip to main content

Namrup College Golden Jubilee Song

 শীৰ্ষক গীত: "সোণোৱালী ঈগলৰ ডেউকা মেলি"


গীতিকাৰ: অনিতা গগৈ।


সুৰকাৰ,সংগীত: কুলেন বুঢ়গোহাঁই। 

সংগীত ব্যৱস্থাপনা: সুৰজিত বৰুৱা। 

কণ্ঠশিল্পীসকল : 

১।ৰঞ্জিতা বৰুৱা।

২।ববিতা বৰুৱা।

৩।প্ৰণালী গগৈ ফুকন।


১। বিৰাজ আহমেদ।

২। ৰাজনীল শইকীয়া।

৩। গুণকান্ত লাহন।

Namrup College Golden Jubilee Song

Comments

Popular posts from this blog

জাননী

          অহা ৪ নবেম্বৰ, ২০২৩ তাৰিখে শনিবাৰে দিনৰ ১২ বজাত নামৰূপ মহাবিদ্যালয় আলোচনা কক্ষত সোণালী জয়ন্তী সামৰণী অনুষ্ঠানৰ বাজেত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ এখন সভা আহ্বান কৰা হৈছে । এই সভাত মূল সমিতিৰ সদস্য, সকলো উপসমিতিৰ সভাপতি আৰু  সম্পাদকৰ লগতে সকলো কাৰ্যকৰী সদস্যক উপস্হিত থাকিবৰ বাবে অনুৰোধ জনালো । ড০ দূৰ্গা প্ৰসাদ গগৈ প্ৰধান সম্পাদক সোণালী জয়ন্তী সামৰণী

Door to door invitation for Namrup College Golden Jubilee celebration 2023

 

Meet with Mr. Bimal Borah