Skip to main content

জাননী

        অহা ৪ নবেম্বৰ, ২০২৩ তাৰিখে শনিবাৰে দিনৰ ১২ বজাত নামৰূপ মহাবিদ্যালয় আলোচনা কক্ষত সোণালী জয়ন্তী সামৰণী অনুষ্ঠানৰ বাজেত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ এখন সভা আহ্বান কৰা হৈছে । এই সভাত মূল সমিতিৰ সদস্য, সকলো উপসমিতিৰ সভাপতি আৰু  সম্পাদকৰ লগতে সকলো কাৰ্যকৰী সদস্যক উপস্হিত থাকিবৰ বাবে অনুৰোধ জনালো ।

ড০ দূৰ্গা প্ৰসাদ গগৈ

প্ৰধান সম্পাদক

সোণালী জয়ন্তী সামৰণী


Comments

Popular posts from this blog

Meet with Mr. Bimal Borah

 

Namrup College Golden Jubilee Inaugural Ceremony on 1st September 2022

 

Door to door invitation for Namrup College Golden Jubilee celebration 2023